বাঙ্গালুৰুত আৰম্ভ টেকস্পাৰ্কছ ২০১৭

বাঙ্গালুৰুত আৰম্ভ টেকস্পাৰ্কছ ২০১৭

Saturday September 23, 2017,

1 min Read

বাঙ্গালুৰুত ২২ ছেপ্টেম্বৰ শুকুৰবাৰে আৰম্ভ হ'ল টেকস্পাৰ্কছ-২০১৭ । কৰ্ণাটকৰ বিজ্ঞান-প্ৰযুক্তি আৰু পৰ্যটন মন্ত্ৰী প্ৰিয়ংক খৰ্গেই এই অনুস্থান মুকলি কৰে । 

image


য়'ৰ ষ্ট'ৰীৰ বাৰ্ষিক টেকস্পাৰ্কছ মহোৎসৱৰ অষ্টম সংস্কৰণ মুকলি কৰি তেওঁ কয়- "আপোনালোক সকলোৱেই আমাৰ বাবে গুৰুত্বপূৰ্ণ । প্ৰতিটো আইডিয়াই আমাৰ বাবে গুৰুত্বপূৰ্ণ আৰু কৰ্ণাটক চৰকাৰ আপোনালোকৰ প্ৰতি দায়বদ্ধ ।" ষ্টাৰ্টআপ সম্পৰ্কে কৰ্ণাটক চৰকাৰৰ নীতিৰ সুবিধা ল'বলৈ খৰ্গেই সকলোকে আহ্বান জনায় । 

image


দুদিনীয়া এই সমাৰোহত বিভিন্ন ক্ষেত্ৰৰ ষ্টাৰ্টআপসমূহৰ লগতে বিভিন্ন কাৰিকৰী বিষয়ত আলোচনা-বিলোচনা হ'য় ।

অনুস্থানত উপস্থিত সকলোকে আদৰণি জনাই য়ৰ ষ্টৰীৰ প্ৰতিষ্ঠাপক চিইঅ' শ্ৰদ্ধা শৰ্মাই টেকস্পাৰ্কছৰ থীম 'মেক ইট মেটাৰ' সমপৰ্কত কয় যে ষ্টাৰ্টআপ আৰু উদ্যমীসকলে ইয়াৰ গুৰুত্ব বুজিব লাগিব ।

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক

ক্ৰীড়াৰ বিকাশৰ বাবে আৰএফৱাইএছৰ বিশেষ পদক্ষেপ

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ