৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

Monday January 30, 2017,

1 min Read

৩ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুস্থিত হ'ব তৃতীয় ৰঙালী উৎসৱ । এইবাৰৰ ৰঙালী উৎসৱৰ থীম হৈছে 'বৰ অসম' । খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আৰু ব্ৰহ্মপুত্ৰৰ বালিচৰত অনুস্থিত হ'ব এই ৰঙালী উৎসৱ ।

image


এই অনুস্থান আয়োজন কৰি আহিছএ ট্ৰেণ্ড এম এম এছে । উল্লেখযোগ্য যে একেটা সংস্থাই দিল্লীত উত্তৰ পূব মহোৎসৱ আৰু মুম্বাইত কালাৰছ অৱ নৰ্থ ইষ্ট আয়োজন কৰি আহিছে । 

ৰঙালী উৎসৱত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতি, খাদ্য সাদ-পাৰ আদি প্ৰদৰ্শন কৰা হ'ব । ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰশাসনে ইয়াত সহযোগ আগবঢ়াইছে । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰক লৈ এক আলোকচিত্ৰ প্ৰদৰ্শনীও অনুস্থিত কৰা হ'ব ।

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

'ৰইছ' মাত্ৰ এটা চেলু

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ