স্বাস্থ্যক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চূক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

স্বাস্থ্যক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চূক্তিৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Sunday September 24, 2017,

1 min Read

অলপতে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত স্বাস্থ্যক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চূক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

image


বুজাবুজিৰ চূক্তিয়ে সামৰি লোৱা বিভিন্ন দিশসমূহঃ

১. কেন্সাৰ আৰু শিশুৰ হৃদৰোগকে ধৰি অসংক্ৰামক ৰোগ

২. ড্ৰাগছ নিয়ন্ত্ৰণ আৰু ফাৰ্মাচিটিকেলৰ মান নিৰূপণ

৩. সংক্ৰামক ৰোগ

৪. প্ৰসূতি আৰু সদ্যজাত শিশুৰ স্বাস্থ্য

৫. চিকিৎসালয়ৰ মাজত সহযোগিতা আৰু উন্নত ব্যৱস্থাৰ আদান-প্ৰদান

৬. চিকিৎসালয় তথা স্বাস্থ্যসেৱাৰ পৰিচালনাৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা

৭. পাৰস্পৰিকভাৱে সিদ্ধান্ত কৰা কোনো বিষয়ত সহযোগিতা

ভৱিষ্যতে এই বুজাবুজিৰ চূক্তি ৰূপায়ণৰ বাবে আৰু বিতং সহযোগিতাৰ বাবে এটা কৰ্মীগোট গঠন কৰা হ’ব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিনিয়োগকাৰীক আপোনাৰ ব্যৱসায়ৰ প্ৰতি কিদৰে আকৰ্ষিত কৰাব 

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক