EDITIONS
Asamiya

ভাৰতত বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ লক্ষ্যৰে ভাৰত-গ্ৰেট ব্ৰিটেইনৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

Team Asamiya
29th Dec 2016
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

ভাৰতত বাণিজ্যিক কাম-কাজ সহজ কৰি তোলাৰ লক্ষ্যৰে যি কাৰ্যসূচী ৰূপায়িত হৈছে, তালৈ সমর্থন তথা সাহায্য আগবঢ়োৱাৰ বাবে ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিখনলৈ আজি দেশৰ কেন্দ্ৰীয় কেবিনেটে যাৱতীয় অনুমোদন আগবঢ়াইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত হৈছিল কেবিনেটৰ এই গুৰুত্বপূৰ্ণ বৈঠক৷

image


স্বাক্ষৰিত বুজাবুজি চুক্তিখনৰ অধীনত ক্ষুদ্র ব্যৱসায়-বাণিজ্য আৰু ষ্টার্ট-আপ, সীমান্ত বাণিজ্য, ঋণদানত সহায়, বিদ্যুৎ যোগান, কৰ আৰু কৰ প্রশাসন, প্রতিযোগিতামূলক অর্থনীতি আৰু নির্মাণ সম্বন্ধীয় কাম-কাজসমূহলৈ মঞ্জুৰিসহ বিভিন্ন ক্ষেত্রত বিশেষজ্ঞৰ জ্ঞান আৰু পৰামর্শ বিনিময়ৰ প্ৰতিও আগ্রহ দেখুৱাইছে গ্ৰেট ব্ৰিটেইনে।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড 

  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags