EDITIONS
Asamiya

কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ পুত্ৰৰ কেনভাছত বিৰাট কোহলী

Team Asamiya
28th Jul 2016
9+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on

ৱেষ্ট ইণ্ডিজৰ মহান ক্ৰিকেট কিংবদন্তি ছাৰ ভিভিয়ান ৰিচাৰ্ডছে বিৰাট কোহলীৰ প্ৰথম টেষ্ট দ্বিশতকৰ প্ৰশংসা কৰাৰ পাছত বিভ ৰিচাৰ্ডছৰ পুত্ৰ মালী ৰিচাৰ্ডছে কোহলীৰ সন্মানত তেওঁক এখন পেইন্টিং উপহাৰ দিয়ে । এতিয়ালৈকে ১৮ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা মালীয়ে কোহলীক তেওংৰ হোটেলত নিজৰ এজন শিল্পী বন্ধুৰ সৈতে লগ কৰি এি পেইন্টিংখন উপহাৰ দিয়ে । উল্লেখযোগ্য যে এই পেইন্টিং তেওঁ তেওঁৰ শিল্পী বন্ধু এজনৰ সৈতে লগ হৈ প্ৰস্তুত কৰিছে । 

উৎস- টুইটাৰ

উৎস- টুইটাৰ


ৰিচাৰ্ডছে বিচিচিআই টিভিক কয়, "আমি তেওঁৰ প্ৰথম দ্বিশতকক চিৰযুগমীয়া কৰাৰ কথা চিন্তা কৰিলো । আমি একেদিনাই পেইন্টিংখন বনালো আৰু তেওঁক দিবলৈ আহিলো । " অলপতে ৩০০০ টেষ্ট ৰাণ সম্পুৰ্ণ কৰা কোহলী বিদেশৰ মাটিত জ্বশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অধিনায়ক । 

ইয়াৰ পূৰ্বে ৰিচাৰ্ডছে কোহলীৰ ইনিংছ সম্পৰ্কে কৈছিল, এয়া উচ্চ শ্ৰেণীৰ শতক । ছাৰ ভিভিয়ান ৰিচাৰ্ডছ খেলপথাৰত দ্বিশতক অৰ্জন কৰা সহজ নহয় । এই ইনিংছ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আছিল যদিও ইয়াক দেখি মই আননদিত হ'লো ।" - পিটিআই  

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সমস্যাৰ সৈতে যুঁজেই ৰাষ্ট্ৰীয় স্বীকৃতি আনিলে এজন গ্ৰাম্য উদ্ভাৱকলৈ

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী


9+ Shares
  • Share Icon
  • Facebook Icon
  • Twitter Icon
  • LinkedIn Icon
  • Reddit Icon
  • WhatsApp Icon
Share on
Report an issue
Authors

Related Tags