ক্ৰীড়াৰ বিকাশৰ বাবে আৰএফৱাইএছৰ বিশেষ পদক্ষেপ
Friday August 18, 2017,
1 min Read
বুধবাৰৰপৰা কোচিত ৰিলায়েন্স ফাউণ্ডেচন য়ুথ স্পৰ্টছৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰম্ভ হৈছে । আৰ এফ ৱাই এছৰ অধ্যক্ষ নীতা অম্বানী আৰু ফুটবলাৰ চি কে ৱিনীতে এই প্ৰতিযোগিতা মুকলি কৰে । দেশৰ ৩০ খন চহৰ আৰু মহানগৰীত এই খেল অনুস্থিত হ'ব । বাঙ্গালুৰু, আহমেদাবাদ, শ্বিলং, আইজল, ইম্ফল, জামছেদপুৰ আৰু হায়দৰাবাদ এই ৩০ খন চহৰৰ অন্যতম ।
"বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত ক্ৰীড়াক পুনৰুজ্জিৱীত কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতা অনুস্থিত কৰা হৈছে । " অম্বানীয়ে কয় । তেওঁ লগতে কয় যে সকলোবোৰ অলিম্পিক খেলৰ বাবে আৰ এফ ৱাই এছে একোখন মঞ্চ প্ৰদানৰ চেষ্টা কৰিব ।
আৰএফৱাইএছ দেশৰ ২য় বৃহত্তম তৃণমূল পৰ্যায়ৰ টুৰ্ণামেন্ট । ইয়াত ৩০০০ শৈক্ষিক প্ৰতিষ্ঠানৰ ৬০০০ শিশুৱে যোগদান কৰিব। জুনিয়ৰ বয়জ, ছিনিয়ৰ বয়জ, ছিনিয়ৰ গাৰ্লছ আৰু কলেজ বয়- এই চাৰিটা ষাখাত খেলবোৰ অনুস্থিত হব । প্ৰতিখন চহৰতে অনুস্থিত হোৱা প্ৰি-কোৱালিফায়িং ৰাউণ্ডেৰে আৰম্ভ হৈছে এই প্ৰতিযোগিতা ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন
দুৰ্ঘটনাৰ পাছৰ শাৰীৰিক বাধাগ্ৰস্ততাই প্ৰাক্তন খেলুৱৈ প্ৰীতিক দিলে নতুন জীৱন
নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী
ভাৰতৰ প্ৰথম মহিলা প্ৰাইভেট ডিটেক্টিভ ৰজনী পণ্ডিত