ADVERTISEMENT
ভাৰত আৰু আৰ্মেনিয়াৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন
কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ভাৰত আৰু আৰ্মেনিয়াৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্ক থকা দুয়োখন দেশৰ মাজত উপযুক্ত তথ্যৰ আদান-প্ৰদানৰো সুবিধা হ’ব।

Source: Indiaeducation
ভৱিষ্যতে এই বুজাবুজিৰ চুক্তিয়ে এনে এক ব্যৱস্থা স্থাপনত সহায় কৰিব যাৰ ফলত ভাৰত আৰু আৰ্মেনিয়া দুয়োখন দেশেই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সদা প্ৰস্তুত হৈ থাকিব পাৰিব।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
অভিশাপ হ'লগৈ আশীৰ্বাদ: দাল-দৰিদ্ৰ পৰিয়ালৰ জন্মান্ধ যুৱক শ্ৰীকান্ত বোলা আজি কোটিপতি উদ্যোগপতি
ADVERTISEMENT
Advertise with usADVERTISEMENT
Advertise with usADVERTISEMENT
Advertise with usADVERTISEMENT
Advertise with us
