EDITIONS
Santanu Changmai
লেখক নতুন দিল্লীত কৰ্মৰত| অধ্যয়ন আৰু পৰ্যবেক্ষণ তেওঁৰ প্ৰিয় কাম| ইতিমধ্যে কেইবাখনো আগশাৰীৰ আলোচনী-কাকতত তেওঁৰ গল্প, প্ৰবন্ধ, কবিতা প্ৰকাশ পাইছে| YourStoryৰ যোগেদি তেওঁ কিছু সফল ব্যক্তিৰ কাহিনী, দূৰন্ত অভিলাষা, কষ্টসাধ্য যাত্ৰা, কৃতিত্বৰ কথা মানুহৰ মাজলৈ লৈ যাব বিচাৰে|